పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి টীকা అనే పదం యొక్క అర్థం.

টীকা   বিশেষ্য

అర్థం : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য

ఉదాహరణ : কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়

పర్యాయపదాలు : টীকাকৰণ

అర్థం : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

ఉదాహరణ : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

పర్యాయపదాలు : টিপ্পনী

అర్థం : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

ఉదాహరణ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

పర్యాయపదాలు : টিপ্পনী, টীকা-টিপ্পনী