సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
ఉదాహరణ : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : বগী তাম, ৰাং
అర్థం : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
ఉదాహరణ : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
పర్యాయపదాలు : টেমা, ডিব্বা, বৈয়াম, বয়াম
అర్థం : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
ఉదాహరణ : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
పర్యాయపదాలు : টেমা
అర్థం : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
ఉదాహరణ : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
పర్యాయపదాలు : ৰাং
ఆప్ స్థాపించండి