అర్థం : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
ఉదాహరణ :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
అర్థం : টনা কার্য ্বা ভাব
ఉదాహరణ :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
అర్థం : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
ఉదాహరణ :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
పర్యాయపదాలు : টানি উলিওৱা
అర్థం : ঘঁহনি খাই যোৱাকৈ টনা কার্য
ఉదాహరణ :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
అర్థం : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
ఉదాహరణ :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
అర్థం : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ఉదాహరణ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
పర్యాయపదాలు : চৰোৱা
అర్థం : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
ఉదాహరణ :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
అర్థం : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
ఉదాహరణ :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
పర్యాయపదాలు : কচা, টানি বন্ধা
అర్థం : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
ఉదాహరణ :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
పర్యాయపదాలు : খন্দা