అర్థం : ভাৰতত প্রচলিত মুদ্রা
ఉదాహరణ :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
పర్యాయపదాలు : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
అర్థం : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
ఉదాహరణ :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
అర్థం : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
ఉదాహరణ :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে