సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনৰ মূৰ চুলি সৰি গৈছে
ఉదాహరణ : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
పర్యాయపదాలు : তপা
అర్థం : যাৰ মূৰত চুলি নাই
ఉదాహరణ : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
పర్యాయపదాలు : টকলামূৰা, তপা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
అర్థం : যাৰ মূৰৰ চুলি সৰি গৈছে
ఉదాహరణ : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
ఆప్ స్థాపించండి