పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জ্বলোৱা అనే పదం యొక్క అర్థం.

জ্বলোৱা   ক্ৰিয়া

అర్థం : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা

ఉదాహరణ : আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে

అర్థం : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ఉదాహరణ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

పర్యాయపదాలు : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

అర్థం : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা

ఉదాహరణ : জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে

అర్థం : চাকি আদি জ্বলা কার্য

ఉదాహరణ : মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে

పర్యాయపదాలు : প্রজ্বলন কৰা