అర్థం : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
ఉదాహరణ :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
పర్యాయపదాలు : জ্বলি যোৱা
అర్థం : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ఉదాహరణ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
పర్యాయపదాలు : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা