సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
ఉదాహరణ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
పర్యాయపదాలు : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
అర్థం : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
ఉదాహరణ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
పర్యాయపదాలు : তৰুণ, যুৱ, যুৱক
అర్థం : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ఉదాహరణ : তেওঁ এজন ্ সাহসী সৈনিক
పర్యాయపదాలు : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ఆప్ స్థాపించండి