పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জোৰা అనే పదం యొక్క అర్థం.

জোৰা   বিশেষ্য

అర్థం : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

ఉదాహరణ : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

పర్యాయపదాలు : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল

అర్థం : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ఉదాహరణ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

పర్యాయపదాలు : গাঁঠি, গ্রন্থি, সন্ধি

জোৰা   ক্ৰিয়া

అర్థం : হাল বাওঁতে বা গাড়ী আদি চলাবলৈ সন্মুখৰফালে গৰু, ঘোঁৰা আদি বান্ধি দিয়া কার্য:কৃষকজনে হাল বাবলৈ গৰুহাল যুটিছে

ఉదాహరణ :

పర్యాయపదాలు : জোঁটা, যুতা, সাঙুৰা

అర్థం : অন্য কোনো বস্তুৰ শেষত লগোৱা

ఉదాహరణ : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

పర్యాయపదాలు : জোৰা লগোৱা, সংলগ্ন কৰা