అర్థం : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব
ఉదాహరణ :
মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে
అర్థం : শৰীৰৰ বল
ఉదాహరణ :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
పర్యాయపదాలు : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি