అర్థం : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
ఉదాహరణ :
দোকানীজনে ধান জুখি আছে
పర్యాయపదాలు : ওজন কৰা
అర్థం : জোখ লোৱা হোৱা
ఉదాహరణ :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
అర్థం : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
ఉదాహరణ :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
పర్యాయపదాలు : মাপ কৰা