సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : থকা বা ধাৰণ কৰা ঠাই
ఉదాహరణ : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
పర్యాయపదాలు : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
అర్థం : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ఉదాహరణ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
పర్యాయపదాలు : অৱস্থান, জাগা, ঠাই
అర్థం : এক বিশেষ স্থিতি
ఉదాహరణ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
పర్యాయపదాలు : ঠাই
ఆప్ స్థాపించండి