సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
ఉదాహరణ : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
పర్యాయపదాలు : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱনকাল, পৰমায়ু, বয়স
ఆప్ స్థాపించండి