సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জীৱন অতিবাহিত কৰা:তেওঁ বৰ কষ্টত জীয়াই আছে
ఉదాహరణ :
పర్యాయపదాలు : জী, জীৱন-যাপন কৰা, বাচা
అర్థం : যʼত চেতনা আছে
ఉదాహరణ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
పర్యాయపదాలు : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
అర్థం : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ఉదాహరణ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
పర్యాయపదాలు : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ఆప్ స్థాపించండి