పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জাল అనే పదం యొక్క అర్థం.

জাল   বিশেষ্য

అర్థం : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ఉదాహరణ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

పర్యాయపదాలు : নেট

అర్థం : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ఉదాహరణ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

పర్యాయపదాలు : ফান্দ

అర్థం : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

ఉదాహరణ : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

అర్థం : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ఉదాహరణ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

పర్యాయపదాలు : নেট

అర్థం : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ఉదాహరణ : তেওঁ বলটো গোলৰ জালত মাৰিলে

పర్యాయపదాలు : গোল-নেট, নেট

అర్థం : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

ఉదాహరణ : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

పర్యాయపదాలు : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

అర్థం : যʼত দোষ আছে

ఉదాహరణ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

పర్యాయపదాలు : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

అర్థం : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

ఉదాహరణ : এইখিনি ভেজাল ঘিউ

పర్యాయపదాలు : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা