అర్థం : জার্মানী, অষ্ট্রিয়া বা তাৰ ওচৰ-পাজৰৰ অঞ্চলত কোৱা এটি ভাষা
ఉదాహరణ :
এই কিতাপখন জার্মানত লিখা
పర్యాయపదాలు : জার্মান ভাষা, জার্মান-ভাষা
అర్థం : জার্মানীৰ অধিবাসী
ఉదాహరణ :
আমাৰ গৱেষণাগাৰত দুজন জার্মানে কাম কৰি আছে
పర్యాయపదాలు : জার্মান বাসী, জার্মান-বাসী, জার্মানবাসী
అర్థం : জার্মানীৰ বা জার্মানীৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
শ্যামে জার্মান সংস্কৃতিৰ পোষকতা কৰে
అర్థం : জার্মানত থকা বা বসতি কৰা
ఉదాహరణ :
আমাৰ দেশলৈ বহুতো জার্মান পর্যটক আহে