అర్థం : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
ఉదాహరణ :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
పర్యాయపదాలు : আৱর্জ্্না, জাবৰ-জোঁজথৰ
అర్థం : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
ఉదాహరణ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
పర్యాయపదాలు : জাবৰ-জোথৰ
అర్థం : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
ఉదాహరణ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
పర్యాయపదాలు : জাবৰ-জোথৰ