పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জাক అనే పదం యొక్క అర్థం.

জাক   বিশেষ্য

అర్థం : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

ఉదాహరణ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

పర్యాయపదాలు : জুম

అర్థం : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ఉదాహరణ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

పర్యాయపదాలు : পাল, সমুদায়, সমূহ

అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

పర్యాయపదాలు : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

అర్థం : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ఉదాహరణ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

పర్యాయపదాలు : দল