సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
ఉదాహరణ : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে
పర్యాయపదాలు : অভ্র, অম্বুধৰ, জলদ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ
అర్థం : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
ఉదాహరణ :
పర్యాయపదాలు : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সাগৰ, সিন্ধু, ্ ৰত্নগর্ভা
ఆప్ స్థాపించండి