సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
ఉదాహరణ : পাহাৰত বৰফ জমিছে
అర్థం : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
ఉదాహరణ : ছাদৰ চিৰিত শেলাই জমিছে
అర్థం : ৰখা বা জমা কৰা হোৱা
ఉదాహరణ : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
పర్యాయపదాలు : জমাকৃত
అర్థం : ৰাখি থোৱা
ఉదాహరణ : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
అర్థం : একে ঠাইতে গোটোৱা বা একেলগ কৰা
ఉదాహరణ : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
పర్యాయపదాలు : একত্র, একত্রিত
ఆప్ స్థాపించండి