సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
ఉదాహరణ : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
పర్యాయపదాలు : টুকুৰী, পাচি, হোৰা
అర్థం : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
ఉదాహరణ : এই বাকচটো কাপোৰেৰে ভৰি আছে
పర్యాయపదాలు : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
అర్థం : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
ఉదాహరణ : তেওঁ ্ভালদৰে কাপোৰ জাপে
పర్యాయపదాలు : সামৰা
అర్థం : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
ఉదాహరణ : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
పర్యాయపదాలు : ভাঁজ কৰা
ఆప్ స్థాపించండి