సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
ఉదాహరణ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
పర్యాయపదాలు : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
అర్థం : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
ఉదాహరణ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
పర్యాయపదాలు : জনপ্রবাদ, লোক-কথা, লোকোক্তি
అర్థం : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
ఉదాహరణ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
పర్యాయపదాలు : জন-শ্রুতি, লোক-কথা, লোককথা
అర్థం : যিটো কাণ বাগৰি আহিছে
ఉదాహరణ : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
పర్యాయపదాలు : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
ఆప్ స్థాపించండి