పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জনশ্রুতি అనే పదం యొక్క అర్థం.

জনশ্রুতি   বিশেষ্য

అర్థం : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

ఉదాహరణ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

పర్యాయపదాలు : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ

అర్థం : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

ఉదాహరణ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

పర్యాయపదాలు : জনপ্রবাদ, লোক-কথা, লোকোক্তি

জনশ্রুতি   বিশেষণ

అర్థం : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে

ఉదాహరణ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে

పర్యాయపదాలు : জন-শ্রুতি, লোক-কথা, লোককথা

అర్థం : যিটো কাণ বাগৰি আহিছে

ఉదాహరణ : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল

పర్యాయపదాలు : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা