పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জনপ্রবাদ అనే పదం యొక్క అర్థం.

জনপ্রবাদ   বিশেষ্য

అర్థం : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

ఉదాహరణ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

పర్యాయపదాలు : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

అర్థం : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

ఉదాహరణ : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

పర్యాయపదాలు : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

అర్థం : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

ఉదాహరణ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

పర్యాయపదాలు : জনশ্রুতি, লোক-কথা, লোকোক্তি