సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মানুহৰ সমষ্টি বা সমূহ
ఉదాహరణ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
పర్యాయపదాలు : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
అర్థం : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ఉదాహరణ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
పర్యాయపదాలు : জনমানস, ৰাইজ
అర్థం : এজনতকৈ অধিক ব্যক্তি
ఉదాహరణ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
పర్యాయపదాలు : জনগণ, জনমানস, লোক
అర్థం : পৃথিৱীত থকা লোক
ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
పర్యాయపదాలు : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
అర్థం : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
ఉదాహరణ :
పర్యాయపదాలు : জনগন, জনসাধাৰণ, প্রজা
ఆప్ స్థాపించండి