అర్థం : পেটৰ আহাৰ হজম কৰা তাপ
ఉదాహరణ :
জঠৰাগ্নিয়ে ভালদৰে কাম কৰিলে শৰীৰ সুস্থ হৈ থাকে
అర్థం : খাবৰ কাৰণে ওপজা ইচ্ছা
ఉదాహరణ :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
పర్యాయపదాలు : অন্নলিপ্সা, কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা