అర్థం : যি আঘাত পাইছে
ఉదాహరణ :
আঘাতপ্রাপ্তসকলক হস্পিতালত ভর্তি কৰোৱা হৈছে
పర్యాయపదాలు : আঘাতপ্রাপ্ত, আঘাতপ্রাপ্ত লোক, আহত, আহত ব্যক্তি
అర్థం : যি আঘাত পাইছে
ఉదాహరణ :
ৰেল দুর্ঘটন্াত আহত লোকসকলক প্রাথমিক চিকিৎসাৰ পিছত ্ তেওঁলোকৰ গন্তব্য স্থানত থৈ অহা হʼল
పర్యాయపదాలు : আঘাত পোৱা, আঘাতপ্রাপ্ত, আহত, ক্ষত, ক্ষত-বিক্ষত