సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত জংঘল আছে
ఉదాహరణ : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে
అర్థం : জংঘল সম্বন্ধীয় বা জংঘলৰ
ఉదాహరణ : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
పర్యాయపదాలు : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া
అర్థం : হাবি বা অৰণ্যত থকা
ఉదాహరణ : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
పర్యాయపదాలు : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া
అర్థం : নিজে নিজে হোৱা বা গজা
ఉదాహరణ : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
పర్యాయపదాలు : জঙ্ঘলী, বনৰীয়া
అర్థం : বনত হোৱা বা পোৱা
ఉదాహరణ : এইজোপা বনজ উদ্ভিদ
పర్యాయపదాలు : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া
ఆప్ స్థాపించండి