సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ
ఉదాహరణ : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে
పర్యాయపదాలు : জঙ্ঘল, জাৰণি-বন
అర్థం : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ఉదాహరణ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
పర్యాయపదాలు : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
అర్థం : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ఉదాహరణ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
పర్యాయపదాలు : অৰণ্য, বন
ఆప్ స్థాపించండి