సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ফল, বীজ আদিৰ আৱৰণ
ఉదాహరణ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
పర్యాయపదాలు : ত্বক, বল্কল, বাকল, বাকলি
అర్థం : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
ఉదాహరణ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
పర్యాయపదాలు : চর্ম, ত্বক ্ চাম
అర్థం : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ఉదాహరణ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
అర్థం : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
ఉదాహరణ : তেওঁ ্ চামৰাৰ কাম কৰে
పర్యాయపదాలు : চর্ম, চামৰা, ্ লেডাৰ
ఆప్ స్థాపించండి