పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ছত্র అనే పదం యొక్క అర్థం.

ছত্র   বিশেষ্য

అర్థం : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি

ఉదాహరణ : প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল

అర్థం : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি

ఉదాహరణ : এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে

అర్థం : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন

ఉదాహరణ : বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়

పర్యాయపదాలు : ছাতি