పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ছটিওৱা అనే పదం యొక్క అర్థం.

ছটিওৱা   বিশেষ্য

అర్థం : কোনো তৰল পদার্থ ছটিওৱা কার্য

ఉదాహరణ : ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক

పర్యాయపదాలు : সিঁচা

ছটিওৱা   ক্ৰিয়া

అర్థం : কোনো বস্তু ইফালে-সিফালে পেলোৱা

ఉదాహరణ : চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে

పర్యాయపదాలు : সিঁচা

అర్థం : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা

ఉదాహరణ : আঞ্জাত নিমখ ছটিয়াই দিয়া

పర్యాయపదాలు : ছটিয়াই দিয়া

అర్థం : পানী আদিৰে মৰা চিটিকনি

ఉదాహరణ : খেতিয়কে খেতিত ঔষধ ছটিয়াইছে

పర్యాయపదాలు : ছিটিকনি মৰা

అర్థం : পানী ছটিওৱা কার্য

ఉదాహరణ : ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে

పర్యాయపదాలు : ছটিয়াই দিয়া

అర్థం : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা

ఉదాహరణ : ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে

పర్యాయపదాలు : বর্ষণ ্কৰা

అర్థం : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা

ఉదాహరణ : খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে

పర్యాయపదాలు : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা