అర్థం : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
ఉదాహరణ :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
అర్థం : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
ఉదాహరణ :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
పర్యాయపదాలు : চৰা
అర్థం : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ఉదాహరణ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
పర్యాయపదాలు : টনা
అర్థం : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
ఉదాహరణ :
ঢোলবাদকে ঢোল চৰাইছে
అర్థం : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ఉదాహరణ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
పర్యాయపదాలు : অভিলেপ কৰা, লগোৱা