సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
ఉదాహరణ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
పర్యాయపదాలు : লাজ, সংকোচ
అర్థం : সকলোতকৈ আগত বা ওপৰৰ
ఉదాహరణ : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
పర్యాయపదాలు : চূড়ান্ত, শী্র্ষ
అర్థం : শেষ সীমা পোৱা
ఉదాహరణ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
పర్యాయపదాలు : অন্তিম, শেষ
అర్థం : যি সকলোৰে পিছত হয়
ఉదాహరణ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
పర్యాయపదాలు : অন্ত, অন্তিম, অন্ত্য, শেষ
అర్థం : যাৰ আগত বা অধিক আন কোনো নাই
ఉదాహరణ : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
పర్యాయపదాలు : চূড়ান্ত, পৰম
ఆప్ స్థాపించండి