అర్థం : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
ఉదాహరణ :
ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
పర్యాయపదాలు : তদাৰক-তদবিৰ, দেখা-শুনা
అర్థం : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ఉదాహరణ :
এই কামটোৰ তদাৰক ৰামে কৰিছে
పర్యాయపదాలు : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ