పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চোৱা అనే పదం యొక్క అర్థం.

চোৱা   ক্ৰিয়া

అర్థం : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

ఉదాహరణ : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

పర్యాయపదాలు : চাই থকা

అర్థం : নিৰীক্ষণ কৰা

ఉదాహరణ : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

పర్యాయపదాలు : দেখা

అర్థం : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

ఉదాహరణ : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

పర్యాయపదాలు : ধ্যান দিয়া

అర్థం : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

ఉదాహరణ : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

అర్థం : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

ఉదాహరణ : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

అర్థం : দৃষ্টি নিক্ষেপ কৰা

ఉదాహరణ : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

పర్యాయపదాలు : দেখা