సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বেগী বা প্রখৰ...
ఉదాహరణ : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
పర్యాయపదాలు : তীক্ষ্ণ, তীব্র, প্রখৰ, সুতীক্ষ্ণ
అర్థం : জলকীয়া, মছলা আদিৰে যুক্ত আৰু খাবলৈ সোৱাদযুক্ত
ఉదాహరణ : মই চোকা আহাৰ খাই ভাল পাওঁ
అర్థం : জোঙা ধাৰ থকা
ఉదాహరణ : চাকৰজনে চোকা অস্ত্রৰে আঘাত কৰি মালিকক হত্যা কৰিলে
పర్యాయపదాలు : তীক্ষ্ণ
ఆప్ స్థాపించండి