పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চেপা అనే పదం యొక్క అర్థం.

চেপা   ক্ৰিয়া

అర్థం : গধুৰ বস্তুৰ তলত অহা

ఉదాహరణ : শিলে লʼৰাটোৰ হাতখন চেপিলে

అర్థం : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

ఉదాహరణ : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

అర్థం : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

ఉదాహరణ : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

పర్యాయపదాలు : চেপি ধৰা

అర్థం : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

ఉదాహరణ : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

అర్థం : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

ఉదాహరణ : তেওঁ ্ চাদৰখন চেপিছে

పర్యాయపదాలు : আটি দিয়া

চেপা   বিশেষণ

అర్థం : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

ఉదాహరణ : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

అర్థం : দীঘ আৰু প্রস্থত কম

ఉదాహరణ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

పర్యాయపదాలు : ঠেক, সৰু