సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ఉదాహరణ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
పర్యాయపదాలు : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
అర్థం : জীয়াই থকা অৱস্থা
ఉదాహరణ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
పర్యాయపదాలు : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
అర్థం : জ্ঞান আৰু বুদ্ধি
ఉదాహరణ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
పర్యాయపదాలు : বিচাৰ-বুদ্ধি, সংজ্ঞা
అర్థం : বোধ ওপজা বৃত্তি বা শক্তি
ఉదాహరణ : চেতনাই জীয়াই থকাৰ লক্ষণ
పర్యాయపదాలు : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ఆప్ స్థాపించండి