పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চেক అనే పదం యొక్క అర్థం.

চেক   বিশেষ্য

అర్థం : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

ఉదాహరణ : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

అర్థం : মধ্য ইউৰোপৰ এখন দেশ

ఉదాహరణ : চেকৰ ৰাজধানী প্রাগ

పర్యాయపదాలు : চেক গণৰাজ্য

అర్థం : চেক দেশৰ অধিবাসী

ఉదాహరణ : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

పర్యాయపదాలు : চেকবাসী

అర్థం : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ఉదాహరణ :

పర్యాయపదాలు : চেকা, দাগ, দাগী, ধাব্বা, নিচান

అర్థం : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

ఉదాహరణ : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

పర్యాయపదాలు : ধনাদেশ

అర్థం : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

ఉదాహరణ : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

పర్యాయపదాలు : কিস্তিমাত

అర్థం : চেকবাসীয়ে কোৱা ভাষা

ఉదాహరణ : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

పర్యాయపదాలు : চেকভাষা

চেক   বিশেষণ

అర్థం : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

పర్యాయపదాలు : চেকভাষা

అర్థం : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

ఉదాహరణ : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল