పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চুপ-চাপ থকা అనే పదం యొక్క అర్థం.

চুপ-চাপ থকা   ক্ৰিয়া

అర్థం : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা

ఉదాహరణ : ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল

పర్యాయపదాలు : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা

అర్థం : কথা নোকোৱা বা কথা নপতা

ఉదాహరణ : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল

పర్యాయపదాలు : অমাত হোৱা, চুপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মনে মনে থকা, মূক হোৱা, মৌন হোৱা