అర్థం : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
ఉదాహరణ :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
పర్యాయపదాలు : চুঙি, জুই ফুকা চুঙা
అర్థం : নলৰ আকাৰৰ কোনো বস্তু
ఉదాహరణ :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
పర్యాయపదాలు : নলিচা