అర్థం : কোনো ফেক্টৰী, ভৱন আদিৰ ওপৰৰফালে ধোঁৱা ওলাবৰ কাৰণে সজা ছেদযুক্ত চিমনি বিশেষ
ఉదాహరణ :
ফেক্টৰীৰ চিমনিৰ পৰা ধোঁৱা ওলায় আছে
అర్థం : বন্তিৰ চাৰিওফালে দিয়া স্বচ্ছ ঢাকনি বা আৱৰণ
ఉదాహరణ :
তেওঁ চিমনিৰ ছাই গুচাই আছে