సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
ఉదాహరణ : এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
పర్యాయపదాలు : ভবা, ভাবি থকা
అర్థం : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
ఉదాహరణ : সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
పర్యాయపదాలు : ভাবি থকা
ఆప్ స్థాపించండి