అర్థం : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
ఉదాహరణ :
তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
అర్థం : বিচলিত নোহোৱাকৈ
ఉదాహరణ :
তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
పర్యాయపదాలు : পোনপটীয়াকৈ
అర్థం : মধ্যস্থতা নোহোৱাকৈ
ఉదాహరణ :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
పర్యాయపదాలు : পোনপটীয়াকৈ, পোনে-পোনে