సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ఉదాహరణ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
పర్యాయపదాలు : খত, চিঠি, পত্র, পত্রিকা
అర్థం : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা
ఉదాహరణ : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল
పర్యాయపదాలు : পত্রাৱলী
ఆప్ స్థాపించండి