అర్థం : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
ఉదాహరణ :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
అర్థం : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
ఉదాహరణ :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
అర్థం : বনৰীয়া পশু-পক্ষীক মৰা কার্য
ఉదాహరణ :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
పర్యాయపదాలు : মৃগয়া