అర్థం : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
ఉదాహరణ :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
పర్యాయపదాలు : চাহ, চাহ গছ, চাহপাতৰ গছ
అర్థం : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
ఉదాహరణ :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
పర్యాయపదాలు : চাহ