అర్థం : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
ఉదాహరణ :
আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
పర్యాయపదాలు : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চাল-চলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
అర్థం : নাৰীৰ আব-হাৱা
ఉదాహరణ :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
పర్యాయపదాలు : গুণৰ অধিকাৰিণী, চাল-চলন, চৰিত্র