పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চাল-চলন అనే పదం యొక్క అర్థం.

চাল-চলন   বিশেষ্য

అర్థం : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা

ఉదాహరణ : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে

పర్యాయపదాలు : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ

అర్థం : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ

ఉదాహరణ : আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত

పర్యాయపదాలు : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ

అర్థం : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

ఉదాహరణ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

పర్యాయపదాలు : ধৰণ-কৰণ

అర్థం : নাৰীৰ আব-হাৱা

ఉదాహరణ : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

పర్యాయపదాలు : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র

అర్థం : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

ఉదాహరణ : তেওঁৰ ব্যৱহাৰ ভাল নহয়

పర్యాయపదాలు : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

అర్థం : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ఉదాహరణ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

పర్యాయపదాలు : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র