సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হাতৰ তলুৱাৰে কৰা আঘাত
ఉదాహరణ : সি মোক এক চৰ মাৰিলে
పర్యాయపదాలు : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
అర్థం : যিটো বেছি ওপৰলৈকে নাই
ఉదాహరణ : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
అర్థం : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
ఉదాహరణ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
పర్యాయపదాలు : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
ఆప్ స్థాపించండి